ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
যিহোৱাৰ আশ্ৰয় লওক
ইস্ৰায়েল দেশত ৬ খন আশ্ৰয়-নগৰ আছিল। যদি কোনোবাই অজানিতে কাৰোবাক হত্যা কৰে, তেনেহʼলে তেওঁ ৰক্ষা পাবলৈ যিকোনো এখন আশ্ৰয়-নগৰত পলাই যাব পাৰিছিল (গণ ৩৫:১৫; w১৭.১১-HI ৯ ¶৪)
ইস্ৰায়েলত প্ৰতিটো মোকৰ্দমাৰ নিৰ্ণয় প্ৰাচীনসকলে লৈছিল (গণ ৩৫:২৪; w১৭.১১-HI ৯ ¶৬)
আশ্ৰয়-নগৰত পলাই যোৱা লোকসকল সুৰক্ষিত আছিল (গণ ৩৫:২৫; w১৭.১১-HI ১১ ¶১৩)
কাৰোবাক অজানিতে হত্যা কৰা ব্যক্তিজনে আশ্ৰয়-নগৰত সুৰক্ষা পাবলৈ বহুতো ত্যাগ কৰিবলগীয়া হৈছিল। ঠিক সেইদৰে, আজি আমিও যিহোৱাৰ ক্ষমা পাবলৈ বহুতো ত্যাগ কৰিব লাগিব।