মে’ ৩১–জুন ৬
দ্বিতীয় বিবৰণ ১-২
গীত ১২৫ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“‘বিচাৰ ঈশ্বৰৰ’ পৰা হয়”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
দ্বিতী ১:১৯; ২:৭—ইস্ৰায়েলীসকলে যেতিয়া ৪০ বছৰ এখন ‘ডাঙৰ আৰু ভয়ানক অৰণ্যৰ’ মাজেদি যাত্ৰা কৰিছিল, তেতিয়া যিহোৱাই তেওঁলোকক কেনেকৈ যত্ন লʼলে? (w১৩-HI ৯/১৫ ৯ ¶৯)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) দ্বিতী ১:১-১৮ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায়লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ১৬)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায়লৈ কথা-বতৰা আৰম্ভ কৰক। গৃহস্থক সভাৰ বাবে নিমন্ত্ৰণ-পত্ৰখন দিয়ক আৰু যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহত কি হয়? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক (কিন্তু ভিডিঅʼখন নচলাব)। (শিক্ষা অধ্যায় ১১)
ভাষণ: (৫ মি.) w১৩-HI ৮/১৫ ১১ ¶৭—বিষয়: নিৰাশ কৰা কথাবোৰ নকʼব আৰু নুশুনিব। (শিক্ষা অধ্যায় ১৩)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“এয়া ‘শেষ-কালৰ’ শেষ সময় হয়, সাজু থাকক”: (১৫ মি.) এজন প্ৰাচীনৰ দ্বাৰা ভাষণ। প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হʼবলৈ সাজু আছেনে? নামৰ ভিডিঅʼখন দেখুৱাওক। যদি শাখা কাৰ্য্যালয় আৰু প্ৰাচীন গোষ্ঠীয়ে কিবা নিৰ্দেশনা দিছে, তেনেহʼলে পুনৰ আলোচনা কৰক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৭
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ১১ আৰু প্ৰাৰ্থনা