Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

“বিচাৰ ঈশ্বৰৰ” পৰা হয়

“বিচাৰ ঈশ্বৰৰ” পৰা হয়

[দ্বিতীয় বিবৰণ কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

প্ৰাচীনসকলে “ন্যায়ৰূপে বিচাৰ” কৰা উচিত। (দ্বিতী ১:১৬; w৯৬-HI ৩/১৫ ২৩ ¶১)

প্ৰাচীনে ন্যায় কৰাৰ সময়ত “কাৰো মুখলৈ” চোৱা উচিত নহয়। (দ্বিতী ১:১৭; w০২ ৮/১ ৮ ¶৪)

প্ৰাচীনসকলৰ ব্যৱস্থাৰ বাবে আমি সকলোৱে কেনেকৈ কৃতজ্ঞতা দেখুৱাব পাৰোঁ?—ইব্ৰী ১৩:১৭; যাকো ৫:১৩-১৫