Skip to content

Skip to table of contents

চলফাদৰ জীয়েকবিলাকে নিজৰ পিতৃৰ উত্তৰাধিকাৰৰ বাবে মিনতি কৰিছে

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যিহোৱাৰ দৰে নিৰপেক্ষ হওক

যিহোৱাৰ দৰে নিৰপেক্ষ হওক

চলফাদৰ পাঁচজনী জীয়েকে তেওঁলোকৰ পিতৃৰ উত্তৰাধিকাৰ তেওঁলোকে পোৱাটো বিচাৰিছিল (গণ ২৭:১-৪; w১৩-HI ৬/১৫ ১০ ¶১৪; বেটুপাতত দিয়া ছবিখন চাওক)

যিহোৱাই সঠিক নিৰ্ণয় লʼলে, তেওঁ পক্ষপাত নকৰিলে (গণ ২৭:৫-৭; w১৩-HI ৬/১৫ ১১ ¶১৫)

আমিও পক্ষপাত কৰা উচিত নহয় (গণ ২৭:৮-১১; w১৩-HI ৬/১৫ ১১ ¶১৬)

আমি সকলো ভাই-ভনীক প্ৰেম আৰু সন্মান কৰা উচিত। সকলো জাতি আৰু ভাষাৰ লোকসকলক প্ৰচাৰ কৰা উচিত।