আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা–সভাৰ বাবে অধ্যয়ন পুস্তিকা মে’ 2018
আলোচনাৰ বাবে আৰ্হি
মানৱজাতি আৰু পৃথিৱীৰ ভৱিষ্যতৰ বিষয়ে ক্ৰম অনুসৰি আলোচনা।
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
নিজৰ ক্ৰুচ তুলি লৈ মোৰ পাছে পাছে আহক
সত্য খ্ৰীষ্টানসকলে কিয় নিয়মীয়াকৈ প্ৰাৰ্থনা, বাইবেল অধ্যয়ন, ঘোষণা কাৰ্য্য আৰু সভাত উপস্থিত থকা উচিত?
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
খ্ৰীষ্টক অনুকৰণ কৰিবলৈ নিজৰ সন্তানক শিক্ষা দিয়ক
নিজৰ জীৱন যিহোৱা ঈশ্বৰক সমৰ্পণ কৰিবলৈ আৰু বাপ্তিষ্মা লোৱাৰ বাবে পিতৃ-মাতৃয়ে নিজৰ ল’ৰা-ছোৱালীক কেনেকৈ সহায় কৰিব পাৰে?
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
বিশ্বাস দৃঢ় কৰিব পৰা এটা দৰ্শন
অন্য ৰূপ লোৱা দৰ্শনে পাঁচনি পিতৰৰ ওপৰত কেনে প্ৰভাৱ পেলাইছিল? বাইবেলত বৰ্ণনা কৰা ভৱিষ্যতবাণীবোৰে আমাৰ ওপৰত কেনে প্ৰভাৱ পেলায়?
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“এতেকে ঈশ্বৰে যাক যোগ কৰি দিলে . . . ”
খ্ৰীষ্টান দম্পতীসকলে বিবাহৰ শপত গভীৰভাৱে লয়। স্বামী আৰু স্ত্ৰীয়ে বাইবেলৰ এই সিদ্ধান্তবোৰ নিজৰ জীৱনত পালন কৰি সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰে।
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
তাই সকলোতকৈ অধিক দান কৰিলে
এগৰাকী দুখীয়া বিধৱাই আগবঢ়োৱা দুই পাইৰ বৃতান্তৰপৰা আমি কি গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰোঁ?
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
মানুহৰ ভয় হৈছে এটা ফান্দস্বৰূপ আৰু ইয়াৰপৰা আঁতৰি থাকক
মানুহৰ চাপত পৰি পাঁচনিসকলে কিয় ভয় খাইছিল? যীচুৰ পুনৰুত্থানৰ পাছত, মানুহক ভয় কৰাৰপৰা আঁতৰি থাকিবলৈ আৰু বিৰোধ অহাৰ সত্ত্বেও ঘোষণা কাৰ্য্য কৰি থাকিবলৈ পাঁচনিসকলক কিহে সহায় কৰিছিল?
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
যিহোৱাই তোমাক সাহসী হ’বলৈ সহায় কৰিব
নিজকে যিহোৱাৰ সাক্ষী বুলি পৰিচয় দিবলৈ কেতিয়াবা তোমাৰ ভয় লাগে নেকি? যদি ভয় লাগে, তেনেহ’লে যিহোৱাৰ বিষয়ে আনক ক’বলৈ তুমি কেনেকৈ সাহ কৰিব পাৰা?