Skip to content

Skip to table of contents

আলোচনাৰ বাবে আৰ্হি

আলোচনাৰ বাবে আৰ্হি

●○○ প্ৰথম সাক্ষাৎ

প্ৰশ্ন: আমাৰ ভৱিষ্যত কেনেকুৱা হ’ব, তাৰ বিষয়ে আমি কেনেকৈ জানিম?

পদ: যিচ ৪৬:১০

পৰৱৰ্তী সাক্ষাতৰ বাবে: মানৱজাতি আৰু পৃথিৱীৰ বাবে ঈশ্বৰে ভৱিষ্যতে কি কৰিম বুলি প্ৰতিজ্ঞা কৰিছে?

○●○ প্ৰথম পুনৰ সাক্ষাৎ

প্ৰশ্ন: মানৱজাতি আৰু পৃথিৱীৰ বাবে ঈশ্বৰে ভৱিষ্যতে কি কৰিম বুলি প্ৰতিজ্ঞা কৰিছে?

পদ: গীত ৩৭:২৯

পৰৱৰ্তী সাক্ষাতৰ বাবে: পৃথিৱীত অনন্ত জীৱন লাভ কৰিবলৈ আমি কি কৰা উচিত?

○○● দ্বিতীয় পুনৰ সাক্ষাৎ

প্ৰশ্ন: পৃথিৱীত অনন্ত জীৱন লাভ কৰিবলৈ আমি কি কৰা উচিত?

পদ: গীত ৩৭:৩৪

পৰৱৰ্তী সাক্ষাতৰ বাবে: ঈশ্বৰে আমাক কেনেধৰণৰ পথত চলাৰ বাবে নিমন্ত্ৰণ কৰিছে?