Skip to content

Skip to table of contents

মে’ ২১-২৭

মাৰ্ক ১১-১২

মে’ ২১-২৭
  • গীত ২৯ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • তাই সকলোতকৈ অধিক দান কৰিলে”: (১০ মি.)

    • মাৰ্ক ১২:৪১, ৪২—এগৰাকী দুখীয়া বিধৱাই মন্দিৰৰ দান-পাত্ৰত অতি কম মূল্যৰ দুই পায় দান দিয়া কাৰ্য্যক যীচুৱে মনোযোগ দিছিল (“ভঁৰাল,” “দুই পাই,” “একেবাৰে কম মূল্যমথি ১২:৪১, ৪২ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • মাৰ্ক ১২:৪৩—বিধৱা গৰাকীয়ে কৰা ত্যাগক যীচুৱে মূল্যাংকন কৰিছিল আৰু তাইৰ এই কাৰ্য্যৰ গুৰুত্বতাৰ বিষয়ে নিজৰ শিষ্যসকলকো কৈছিল (w৯৭-HI ১০/১৫ ১৬-১৭ ¶১৬-১৭)

    • মাৰ্ক ১২:৪৪—বিধৱা গৰাকীয়ে আগবঢ়োৱা দান যিহোৱা ঈশ্বৰৰ দৃষ্টিত বহুমূলীয়া আছিল (w৯৭-HI ১০/১৫ ১৭ ¶১৭; w৮৮-HI ১০/১ ২৭ ¶৭; cl-HI ১৮৫ ¶১৫)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • মাৰ্ক ১১:১৭—যীচুৱে যিৰূচালেমৰ ধৰ্ম্মধামক, “সকলো জাতিৰ নিমিত্তে প্ৰাৰ্থনাৰ ঘৰ” বুলি কিয় কৈছিল? (“সকলো জাতিৰ নিমিত্তে প্ৰাৰ্থনাৰ ঘৰমাৰ্ক ১১:১৭ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • মাৰ্ক ১১:২৭, ২৮—“এইবোৰ” বুলি কৈ যীচুৰ বিৰোধীসকলে কি ক’ব বিচাৰিছিল? ( jy-E ২৪৪ ¶৭)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) মাৰ্ক ১২:১৩-২৭

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে কোনো আপত্তিকৰ বিষয় গৃহস্থই তুলি ধৰে।

  • প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। গৃহস্থই আপোনাক জনায় যে অলপতে তেওঁ নিজৰ এজন সম্বন্ধীয় লোকক মৃত্যুত হেৰুৱাইছে।

  • দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅ’খন দেখুৱাওক আৰু আলোচনা কৰক।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৫৪

  • যিহোৱাৰ ওপৰত কৰা বিশ্বাসে সকলো সম্ভৱ কৰে: (১৫ মি.) ভিডিঅ’খন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ৯ ¶১-৪

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৩৬ আৰু প্ৰাৰ্থনা