মে’ ২৮-জুন ৩
মাৰ্ক ১৩-১৪
গীত ৩৩ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“মানুহৰ ভয় হৈছে এটা ফান্দস্বৰূপ আৰু ইয়াৰপৰা আঁতৰি থাকক”: (১০ মি.)
মাৰ্ক ১৪:২৯, ৩১—পাঁচনিসকলে প্ৰকৃততে যীচু খ্ৰীষ্টক অস্বীকাৰ কৰিব বিচৰা নাছিল
মাৰ্ক ১৪:৫০—যীচুক আটক কৰাৰ সময়ত সকলো পাঁচনিয়ে তেওঁক অকলে এৰি পলায়ন কৰিছিল
মাৰ্ক ১৪:৪৭, ৫৪, ৬৬-৭২—পিতৰে যীচুক ৰক্ষা কৰিবলৈ সাহস দেখুৱাইছিল, আনকি অলপ দূৰত্ব বজাই ৰাখি যীচুৰ পাছে পাছে গৈছিল। কিন্তু পাছলৈ তেওঁ যীচুক তিনিবাৰকৈ অস্বীকাৰ কৰিছিল (ia-HI ২০০ ¶১৪; it-২-E ৬১৯ ¶৬)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
মাৰ্ক ১৪:৫১, ৫২—উদং গাৰে পলাই যোৱা ডেকা ব্যক্তিজন হয়তো কোন আছিল? (w০৮-HI ২/১৫ ৩০ ¶৬)
মাৰ্ক ১৪:৬০-৬২—যীচুৱে মহা-পুৰোহিতৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ কি কাৰণ হ’ব পাৰে? ( jy-E ২৮৭ ¶৪)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) মাৰ্ক ১৪:৪৩-৫৯
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। গৃহস্থক সভাৰ বাবে নিমন্ত্ৰণ জনাওক।
তৃতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) নিজাকৈ এটা শাস্ত্ৰপদ নিৰ্ব্বাচন কৰক আৰু অধ্যয়নৰ বাবে ব্যৱহাৰ হোৱা এখন প্ৰকাশন আগবঢ়াওক।
বাইবেল অধ্যয়ন: (৬ মি. বা কম) বাইবেলে শিকায় ১৭০-১৭২ ¶১৭-১৮
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ১৭
“যিহোৱাই তোমাক সাহসী হ’বলৈ সহায় কৰিব”: (১৫ মি.) আলোচনা। ভিডিঅ’খন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ৯ ¶৫-৮
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ১১ আৰু প্ৰাৰ্থনা