Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মাৰ্ক ১৩-১৪

মানুহৰ ভয় হৈছে এটা ফান্দস্বৰূপ আৰু ইয়াৰপৰা আঁতৰি থাকক

মানুহৰ ভয় হৈছে এটা ফান্দস্বৰূপ আৰু ইয়াৰপৰা আঁতৰি থাকক

মানুহৰ চাপত পৰি পাঁচনিসকলে কিয় ভয় খাইছিল?

১৪:২৯, ৩১

  • পাঁচনিসকলে নিজৰ ওপৰত প্ৰয়োজনতকৈ বেছি বিশ্বাস কৰিছিল। আনকি পিতৰে ভাবিছিল যে তেওঁ যীচুৰ প্ৰতি আন পাঁচনিসকলতকৈয়ো বেছি বিশ্বাসী হৈ থাকিব

১৪:৩২, ৩৭-৪১

  • তেওঁলোকে সজাগ হৈ থকা নাছিল আৰু প্ৰাৰ্থনা কৰা নাছিল

যীচুৰ পুনৰুত্থানৰ পাছত, মানুহক ভয় কৰাৰপৰা আঁতৰি থাকিবলৈ আৰু বিৰোধ অহাৰ সত্ত্বেও ঘোষণা কাৰ্য্য কৰি থাকিবলৈ পাঁচনিসকলক কিহে সহায় কৰিছিল?

১৩:৯-১৩

  • তেওঁলোকে যীচুৰ সতৰ্কবাণী ভালদৰে মনত ৰাখিছিল আৰু ইয়াৰ ফলত বিৰোধ তথা অত্যাচাৰৰ বাবে নিজকে সাজু কৰিবলৈ সক্ষম হৈছিল

  • তেওঁলোকে যিহোৱা ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰিছিল আৰু প্ৰাৰ্থনা কৰিছিল।—পাঁচ ৪:২৪, ২৯

কেনে পৰিস্থিতিত আমাৰ সাহসৰ পৰীক্ষা হ’ব পাৰে?