Skip to content

Skip to table of contents

মে’ ৭-১৩

মাৰ্ক ৭-৮

মে’ ৭-১৩
  • গীত ৫ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • নিজৰ ক্ৰুচ তুলি লৈ মোৰ পাছে পাছে আহক”: (১০ মি.)

    • মাৰ্ক ৮:৩৪—খ্ৰীষ্টক অনুকৰণ কৰাৰ বাবে আমি নিজকে দমন কৰা উচিত (“নিজকে নিজে দমন কৰকমাৰ্ক ৮:৩৪ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty; w৯২-HI ১১/১ ১৭ ¶১৪)

    • মাৰ্ক ৮:৩৫-৩৭—যীচুৱে এনে দুটা বিষয় তুলি ধৰিছিল, যিয়ে আমাক গুৰুত্বপূৰ্ণ বিষয়বোৰ নিজৰ জীৱনত প্ৰথমস্থান দিবলৈ সহায় কৰে (w০৮-HI ১০/১৫ ২৫-২৬ ¶৩-৪)

    • মাৰ্ক ৮:৩৮—খ্ৰীষ্টক অনুকৰণ কৰিবলৈ সাহসৰ প্ৰয়োজন ( jy-E ১৪৩ ¶৪)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • মাৰ্ক ৭:৫-৮—ফৰীচীসকলৰ বাবে হাত ধোৱা কথাটো কিয় এক গুৰুত্বপূৰ্ণ বিষয় আছিল? (w১৬.০৮-HI ৩০ ¶১-৪)

    • মাৰ্ক ৭:৩২-৩৫—যীচুৱে এজন কাণেৰে শুনিব নোৱাৰা ব্যক্তিৰ লগত যিদৰে ব্যৱহাৰ কৰিছিল, তাৰপৰা আমি কি শিকিব পাৰোঁ? (w০০-HI ২/১৫ ১৭-১৮ ¶৯-১১)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) মাৰ্ক ৭:১-১৫

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন