Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মাৰ্ক ৭-৮

নিজৰ ক্ৰুচ তুলি লৈ মোৰ পাছে পাছে আহক

নিজৰ ক্ৰুচ তুলি লৈ মোৰ পাছে পাছে আহক

৮:৩৪

যীচুৱে এইদৰে কৈছিল: “মোৰ পাছে পাছে আহক।” ইয়াৰ অৰ্থ হৈছে আমি যীচুক একেৰাহে অনুকৰণ কৰি থকা উচিত। আমি এই কাৰ্য্যবোৰত কেনেকৈ ব্যস্ত থাকিব পাৰোঁ . . .

  • প্ৰাৰ্থনা?

  • অধ্যয়ন?

  • ঘোষণা কাৰ্য্য?

  • সভাত উপস্থিত থকা?

  • সভাৰ প্ৰশ্ন-উত্তৰত ভাগ লোৱা?