আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা–সভাৰ বাবে অধ্যয়ন পুস্তিকা ফেব্ৰুৱাৰী 2019
আলোচনাৰ বাবে আৰ্হি
আজিও বাইবেল ব্যৱহাৰিক হয় নে নহয়, তাৰ আধাৰত ধাৰাবাহিকৰূপে প্ৰকাশ কৰা আলোচনাৰ বাবে আৰ্হি।
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
নিজৰ বিবেকক প্ৰশিক্ষণ দি থাকক
আমাৰ বিবেকে আমাক সহায় কৰিব যদি আমি বাইবেলৰ সিদ্ধান্ত অনুসৰি প্ৰশিক্ষণ দিওঁ।
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
আপুনি ঈশ্বৰৰ অদৃশ্য গুণবোৰ ধ্যান দিয়েনে?
আমাৰ চাৰিওফালৰ সৃষ্টিত আমি যিহোৱা ঈশ্বৰৰ শক্তি, প্ৰম, প্ৰজ্ঞা, ন্যায় আৰু উদাৰতাৰ গুণ দেখিবলৈ পাওঁ।
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“ঈশ্বৰে আমালৈ তেওঁৰ প্ৰমৰ প্ৰমাণ দিছে”
মুক্তিপণস্বৰূপ বলিদানৰ বাবে আমি কেনেকৈ মূল্যাংকন দেখুৱাব পাৰোঁ?
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
আপুনি ‘অত্যন্ত আশাৰে বাট চাই’ আছেনে?
আপুনি কেনেকৈ প্ৰমাণ কৰিব পাৰে যে ‘ঈশ্বৰৰ সন্তানবিলাক প্ৰকাশিত হোৱালৈ, সৃষ্টিৰ অত্যন্ত আশাৰে বাট চাই’ আছে?
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
ধৈৰ্য্যৰে তালৈ বাট চাই থাকক
সমস্যাৰ সময়ত ধৈৰ্য্যৰে বাট চাই থাকিবলৈ কিহে সহায় কৰিব?
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা—পদক্ষেপ ল’বলৈ আগবাঢ়ি নহা বাইবেল অধ্যয়ন বন্ধ কৰক
যদি এজন বাইবেল বিদ্যাৰ্থীয়ে যথোচিত সময় অতিবাহিত কৰাৰ পাছতো কোনো পদক্ষেপ নলয়, তেনেহ’লে আমি কি কৰা উচিত?