Skip to content

Skip to table of contents

আলোচনাৰ বাবে আৰ্হি

আলোচনাৰ বাবে আৰ্হি

●○○ প্ৰথম সাক্ষাৎ

প্ৰশ্ন: পৰিয়ালত উদ্ভৱ হোৱা সমস্যাবোৰৰ সমাধানৰ বাবে আমি পৰামৰ্শ ক’ত বিচাৰি পাম?

পদ: ২তীম ৩:১৬, ১৭

পৰৱৰ্তী সাক্ষাতৰ বাবে: এই বৈজ্ঞানিক যুগত পবিত্ৰ শাস্ত্ৰই আমাক সহায় আগবঢ়াব পাৰেনে?

○●○ প্ৰথম পুনৰ সাক্ষাৎ

প্ৰশ্ন: এই বৈজ্ঞানিক যুগত পবিত্ৰ শাস্ত্ৰই আমাক সহায় আগবঢ়াব পাৰেনে?

পদ: ইয়ো ২৬:৭

পৰৱৰ্তী সাক্ষাতৰ বাবে: পবিত্ৰ শাস্ত্ৰ বাইবেলে আগবঢ়োৱা পৰামৰ্শ ব্যৱহাৰিক হয়নে?

○○● দ্বিতীয় পুনৰ সাক্ষাৎ

প্ৰশ্ন: পবিত্ৰ শাস্ত্ৰ বাইবেলে আগবঢ়োৱা পৰামৰ্শ ব্যৱহাৰিক হয়নে?

পদ: হিতো ১৪:৩০

পৰৱৰ্তী সাক্ষাতৰ বাবে: ভৱিষ্যতৰ বিষয়ে বাইবেলত সঠিকভাৱে বৰ্ণনা কৰা হৈছেনে?