ফেব্ৰুৱাৰী ১১-১৭
ৰোমীয়া ৪-৬
গীত ২০ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“ঈশ্বৰে আমালৈ তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে”: (১০ মি.)
ৰোম ৫:৮, ১২—“যেতিয়া আমি পাপী আছিলোঁ,” তেতিয়া যিহোৱা ঈশ্বৰে আমাক প্ৰেম কৰিলে (w১১-HI ৬/১৫ ১২ ¶৫)
ৰোম ৫:১৩, ১৪—পাপ আৰু মৃত্যুৱে ৰজা হিচাপে ৰাজত্ব কৰিছে (w১১-HI ৬/১৫ ১২ ¶৬)
ৰোম ৫:১৮, ২০, ২১—যিহোৱা ঈশ্বৰে নিজৰ পুত্ৰক পঠিয়ায়, যাতে আমি জীৱন লাভ কৰিব পাৰোঁ (w১১-HI ৬/১৫ ১৩ ¶৯-১০)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
ৰোম ৬:৩-৫—“যীচু খ্ৰীষ্টৰ উদ্দেশে বাপ্তাইজিত” আৰু “তেওঁৰ মৃত্যুৰ উদ্দেশে বাপ্তাইজিত” হোৱাৰ অৰ্থ কি? (w০৮-HI ৬/১৫ ২৯-৩০ ¶৭)
ৰোম ৬:৭—যি লোকসকলক পুনৰুত্থান কৰা হ’ব, তেওঁলোকৰ বিচাৰ মৃত্যুৰ আগতে কৰা কামৰ আধাৰত কিয় কৰা নহ’ব? (w১৪-E ৬/১ ১১ ¶১)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) ৰোম ৪:১-১৫ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাতৰ ভিডিঅ’: (৪ মি.) ভিডিঅ’খন দেখুৱাওক আৰু আলোচনা কৰক।
প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৪)
প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উদ্ভৱ হোৱা কোনো এটা বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ৬)
প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা এখন প্ৰকাশনৰ পৰিচয় তুলি ধৰক। (শিক্ষা অধ্যায় ৯)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ১০৭
স্থানীয় প্ৰয়োজনীয়তা: (১৫ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ বাৰ্ত্তা পাঠ ২৫
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ৩৫ আৰু প্ৰাৰ্থনা