Skip to content

Skip to table of contents

ফেব্ৰুৱাৰী ১৮-২৪

ৰোমীয়া ৭-৮

ফেব্ৰুৱাৰী ১৮-২৪
  • গীত ২৭ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • আপুনি ‘অত্যন্ত আশাৰে বাট চাই’ আছেনে?”: (১০ মি.)

    • ৰোম ৮:১৯—“ঈশ্বৰৰ সন্তানবিলাক” প্ৰকাশিত হোৱাৰ সময় আহি পৰিছে (w১২-HI ৭/১৫ ১১ ¶১৭)

    • ৰোম ৮:২০, ২১ক—“সৃষ্টিখন যে আপোন ইচ্ছাৰে অসাৰতাৰ বশীকৃত হল, এনে নহয়; কিন্তু . . . আশাৰে হল” (w১২-HI ৩/১৫ ২৩ ¶১১)

    • ৰোম ৮:২১খ—সৃষ্টিয়ে “ক্ষয়মূলক দাসত্বৰ পৰা মুক্ত” পাব (w১২-HI ৩/১৫ ২৩ ¶১২)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • ৰোম ৮:৬—“মাংসৰ ভাব” আৰু “আত্মাৰ ভাব” ৰখাৰ মাজত কি পাৰ্থক্য আছে? (w১৭.০৬-HI ৩)

    • ৰোম ৮:২৬, ২৭—আমাৰ ‘অনিৰ্ব্বচনীয় কেঁকনি’ শুনি যিহোৱা ঈশ্বৰে কি কৰে? (w০৯-HI ১১/১৫ ৭ ¶২০)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) ৰোম ৭:১৩-২৫ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন