Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ৰোমীয়া ৭-৮

আপুনি ‘অত্যন্ত আশাৰে বাট চাই’ আছেনে?

আপুনি ‘অত্যন্ত আশাৰে বাট চাই’ আছেনে?

৮:১৯-২১

  • ‘সৃষ্টি’: এই পৃথিৱীত অনন্ত জীৱন জীয়াই থকাৰ বাবে আশা থকা লোক

  • “ঈশ্বৰৰ সন্তানবিলাকৰ প্ৰতাপমূলক মুক্তি পাব”: ঈশ্বৰৰ সন্তান অৰ্থাৎ অভিষিক্তি খ্ৰীষ্টানসকলে খ্ৰীষ্টৰ লগত এই জগতৰ ৰীতি ব্যৱস্থাক বিনাশ কৰিব

  • “আশাৰে হল”: যীচুৰ মৃত্যু আৰু পুনৰুত্থানৰ যোগেদি যিহোৱা ঈশ্বৰে মানৱজাতিক মুক্ত কৰিব বুলি প্ৰতিজ্ঞা কৰিছে

  • “সৃষ্টিখনে নিজেও যেন ক্ষয়মূলক দাসত্বৰ পৰা মুক্ত”: মানৱজাতিয়ে পাপ আৰু মৃত্যুৰপৰা লাহে লাহে মুক্তি পাব