Skip to content

Skip to table of contents

ফেব্ৰুৱাৰী ২৫–মাৰ্চ ৩

ৰোমীয়া ৯-১১

ফেব্ৰুৱাৰী ২৫–মাৰ্চ ৩
  • গীত ২৫ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • জলফাই গছৰ দৃষ্টান্ত”: (১০ মি.)

    • ৰোম ১১:১৬—জলফাই গছে চিত্ৰিত কৰে যে যিহোৱা ঈশ্বৰে অব্ৰাহামৰ লগত কৰা চুক্তিৰ লগত জড়িত থকা প্ৰতিজ্ঞাক কেনেকৈ পূৰ কৰিছিল (w১১-HI ৫/১৫ ২৩ ¶১৩)

    • ৰোম ১১:১৭, ২০, ২১—লাক্ষণিক জলফাই গছত যি অভিষিক্ত লোকসকলৰ কলম লগোৱা হৈছে, তেওঁলোকে নিজৰ বিশ্বাস বজাই ৰখা উচিত (w১১-HI ৫/১৫ ২৪ ¶১৫)

    • ৰোম ১১:২৫, ২৬—সকলো আত্মিক ইস্ৰায়েলী লোকে “পৰিত্ৰাণ পাব” (w১১-HI ৫/১৫ ২৫ ¶১৯)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • ৰোম ৯:২১-২৩—আমি মহান কুমাৰ যিহোৱা ঈশ্বৰৰ হাতত নিজকে গঢ় দিবলৈ কিয় সাজু থকা উচিত? (w১৩-HI ৬/১৫ ২৫ ¶৫)

    • ৰোম ১০:২—আমাৰ উপাসনা সঠিক জ্ঞানৰ আধাৰত হোৱাটো আমি কিয় নিশ্চিত কৰা উচিত? (it-১-E ১২৬০ ¶২)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) ৰোম ১০:১-১৫ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন